১. মূল / আস্থায়ী প্ৰমাণ পত্ৰ লাভ কৰাৰ কাৰণে কৰা সকলো আবেদন পত্ৰ বিশ্ববিদ্যালয়ৰ মুৰব্বীৰ দ্বাৰা ফৰৱাৰ্ড কৰা হ`ব লাগে যিখনৰ পৰা প্ৰৰ্থীজন উত্তীৰ্ণ হৈছিল ।
২. বিশ্ববিদ্যালয় পঞ্জীয়ন কাৰ্ড, মাৰ্কছিট আৰু ট্ৰাইমিষ্টাৰ / চেমিষ্টাৰ পৰীক্ষাৰ এডমিট কাৰ্ড আদিৰ স্ব-স্বাক্ষৰিত কপি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব।
৩. মাছুলঃ (১) মূল প্ৰমাণ পত্ৰৰ কাৰণে তলত দেখুওৱা ধৰণে:
ক্ৰ | নিৰ্দিষ্ট বিষয়ত | টকাৰ পৰিমান |
---|---|---|
1. | যদি আবেদন কৰা হয় সমাৱৰ্তনৰ আগত | ৭০০/- |
2. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ পাছত প্ৰমাণ পত্ৰ পোৱাৰ কাৰণে পৰৱৰ্তী সমাৱৰ্তনত | ৬০০/- |
3. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ এবছৰ পাছত | ৭৫০/- |
4. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ দুবছৰ পাছত | ৯০০/- |
5. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ তিনিবছৰ পাছত | ১০৫০/- |
6. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ চাৰিবছৰ পাছত | ১২০০/- |
7. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ পাঁচবছৰ পাছত | ১৩৫০/- |
8. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ ছয়বছৰ পাছত | ১৫০০/- |
9. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ সাতবছৰ পাছত | ১৬৫০/- |
10. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ আঠবছৰ পাছত | ১৮০০/- |
11. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ নবছৰ পাছত | ১৯৫০/- |
12. | যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ দহবছৰ পাছত | ২১০০/- |
* তথ্যগত প্ৰমাণ পত্ৰৰ দ্বাৰা প্ৰয়োজনীয়তা যুক্তিৰে বিচাৰ কৰা হ`ব ।
(২) আস্থায়ী প্ৰমাণ প্ৰত্ৰৰ কাৰণে ৩০০/-( তিনিশ টকা)অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়ৰ নামত বেংক ড্ৰাফট্ কাটি শিৱসাগৰ শাখাত উপলদ্ধ হোৱাকৈ আবেদন পত্ৰৰ লগত পঠিয়াব লাগিব ।
৪. বেংক ড্ৰাফট্ৰ প্ৰতিলিপি আবেদনৰ লগত গাঁঠি দিব লাগিব ।
৫. আবেদনখন সকলো ফালৰ পৰা সম্পূৰ্ণ হ`ব লাগিব আৰু দাখিল কৰিবলৈ নিৰ্ধাৰিত মাছুল সহ সকলোবোৰ স্তম্ভ ভৰ্ত্তি কৰা হ`ব লাগিব, অন্যথা তাৎক্ষণিকভাৱে যোগাযোগ অবিহনে নাকচ কৰা হ`ব।
৬. আস্থায়ী / মূল প্ৰমাণপত্ৰ প্ৰাৰ্থীৰ হাতত অৰ্পণ কৰা হ`ব পাৰে নতুবা প্ৰাৰ্থীৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তিৰ হাতত যিজনৰ চহী প্ৰাৰ্থীৰ দ্বাৰা প্ৰমাণিত কৰা হয় ।
৭. সংশ্লিষ্ট প্ৰাৰ্থীলৈ পঞ্জীয়ন কৰা ডাক যোগে প্ৰমাণ পত্ৰ পঠোৱাৰ ব্যৱস্থা আছে, যদি প্ৰাৰ্থী জনে বিচাৰে।
৮. সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা প্ৰেৰণ কৰা আবেদন, পঠোৱা তাৰিখৰ পৰা পৰবৰ্তী ছমাহলৈ বৈধতা থাকিব । মূল প্ৰমাণ পত্ৰৰ কাৰণে আবেদন প্ৰ-পত্ৰ
Title | Size | Detail |
---|---|---|
মূল প্ৰমাণ পত্ৰৰ কাৰণে আবেদন প্ৰ-পত্ৰ | 244.23 KB |