মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

ওপৰিঞ্চি সংযোগ নীতি

অন্য ‌ৱেবচাইট বা পোৰ্টেললৈ সংযোগ

এই ‌ৱেবচাইটৰ ভিন্ন ঠাইত অন্য ‌ৱেবচাইট বা পোৰ্টেললৈ সংযোগ কৰা যোগসূত্ৰ পাব পাৰে । এই যোগসূত্ৰসমূহ আপোনাৰ সুবিধাৰ বাবে দিয়া হৈছে । সংযোগ হৈ থকা ‌ৱেবচাইটসমূহৰ বিশ্বাসযোগ্যতা আৰু তেওঁলোকৰ তথ্যসমূহৰ বিষয়ত এই কাৰ্যালয় কোনোপধ্যে দায়ী নহয় আৰু এই কাৰ্যালয়ে তেওঁলোকৰ দৃষ্টিভংগীৰ পৃষ্ঠপোষকতা নকৰে । এই যোগসূত্ৰসমূহ সকলো সময়তে উপলব্ধ হ'ব নে নহয়,সেই বিষয়ে আমি নিশ্চয়তা দিব নো‌ৱাৰো আৰু সংলগ্ন হৈ থকা ‌ৱেবপেজসমূহৰ উপলব্ধতাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে ।

এই ‌ৱেবচাইটলৈ অন্য ‌ৱেবচাইটৰপৰা সংযোগ

এই ‌ৱেবচাইটত থকা তথ্যসমূহ পোনপতীয়াকৈ সংযোগ কৰিলে আমি আপোনাক অভিযোগ নকৰো আৰু ইয়াৰ বাবে কোনো আগতীয়া অনুমতিও ল'ব নালাগে । অৱোশ্যে, এই ‌ৱেবচাইটৰ লগত সংলগ্ন কৰা কোনো পেজ থাকিলে সেয়া আপুনি আমাক জনালে আমি সুখী হ'ম।

ইয়াৰ উপৰিও, এই ‌ৱেবচাইটত থকা পেজসমূহ কোনো 'ফ্ৰেম'ৰদ্বাৰা আপোনাৰ ‌ৱেবচাইটত উপলব্ধ কৰো‌ৱাত আমি অনুমতি নিদিও। এই ‌ৱেবচাইটত থকা তথ্যসমূহ ব্য‌ৱহাৰহাৰীয়ে ব্য‌ৱহাৰ কৰা ব্ৰাউজাৰৰ এটা নতুন 'টেব'তহে খুলিব পৰাকৈ সংযোগ কৰিব লাগিব।