মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

ৱেবছাইটৰ তথ্য পৰিচালক

এই ৱেবছাইটৰ সমলসমূহ সমগ্ৰ বিভাগৰ সদস্যসকলৰ যুটীয়া প্ৰচেষ্টাৰ ফল, বিশেষকৈ বিভাগৰ সমল প্ৰবন্ধকৰূপে নিয়োজিত বিষয়াসকলৰ | সমলসমূহ সমল প্ৰবন্ধকৰূপে নিয়োজিত বিষয়াসকলৰ দ্বাৰা বিভাগৰ পৰা দিয়া নিৰ্দেশ অনুসৰি সমল দায়িত্ব মাপকাঁঠিৰ ভিত্তিত প্ৰস্তুত কৰা হয় | আমাৰ উদ্দেশ্য হৈছে সাধাৰণ প্ৰশাসনিক বিভাগৰ তথ্য আৰু সেৱাসমূহৰ বিষয়ে নিৰ্ভৰযোগ্য, বিস্তীর্ণ আৰু সঠিক তথ্য প্ৰদান কৰা | আমাৰ উদ্দেশ্য হৈছে সমবায় বিভাগৰ তথ্য আৰু সেৱাসমূহৰ বিষয়ে নিৰ্ভৰযোগ্য, বিস্তীর্ণ আৰু সঠিক তথ্য প্ৰদান কৰা |

এইয়া আমাৰ প্রচেষ্টা যে উপযুক্ত সমল যোগান, পৰিকল্পনা আৰু প্ৰযুক্তিৰ জৰিয়তে এই ৱেবছাইটৰ সৌষ্ঠৱ বৃদ্ধি আৰু সমৃদ্ধি নিয়মীয়াকৈ অব্যাহত ৰখা | ৱেবছাইটত কোনোধৰণৰ ভূল-ক্ৰূটি থাকিলে অনুগ্ৰহ কৰি আমাক অৱগত কৰিব | যোগাযোগ কৰক:

প্ৰফেছৰ মুনিন্দ্ৰ কাকতি

উপাচার্য

এ.আৰ.জি.ইউ.চি.অ'.এম

দূৰভাষ নং- (০৩৭৭২)২২২১৪৪,৯০৮৫২২৮২৬২