মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

আৰগুকমলৈ যাবলৈ

অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় ( আৰগুকম) উজনি অসমৰ শিৱসাগৰত স্থাপন কৰা হয়।

শিৱসাগৰ অসমৰ এখন ঐতিহাসিক আৰু উন্নত সাংস্কৃতিক পৰম্পৰাৰে ভৰপূৰ চহৰ । চহৰখন গুৱাহাটীৰ পৰা ৩৫০ কিঃ মিঃ দূৰত্বত । ই পথ আৰু ৰেল যোগাযোগেৰে সংযোজিত চহৰ । আটাইতকৈ ওচৰৰ বিমান বন্দৰ ৰৰৈয়া (যোৰহাট) এই চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ডিব্ৰুগড়- নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেল চলে ওচৰৰ ৰেলৱে ষ্টেচন শিমলুগুৰী হৈ, মাত্ৰ কেই কিলোমিটাৰমান দূৰ শিৱসাগৰ চহৰৰ পৰা ।