মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

নাম ভৰ্ত্তিৰ কাৰণে আবেদন

  • বিশ্ববিদ্যালয়ৰ ৱেব চাইটত আবেদন প্ৰ-পত্ৰ উপলদ্ধ হয় । আবেদন পত্ৰ ডাউনলোড কৰিলৈ ভৰ্ত্তি কৰিব পাৰি ।
  • সম্পূৰ্ণ কৰা আবেদন পত্ৰৰ লগত পৰিশোধ কৰিব লগীয়া ডিমাণ্ড ড্ৰাফট্ বা ৭০০ টকাৰ চালান ( সাধাৰণ /ও বি চি / এম ও বি চি ৰ কাৰণে) আৰু ৩৫০ টকা ( এছ টি / এছ চি / পি ডব্লিউ ডি ৰ কাৰণে)অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, শিৱসাগৰৰ অনুকুলে পঠিয়াব লাগে।
  • সম্পূৰ্ণ কৰা আবেদন পত্ৰৰ লগত নিজৰ নাম-ঠিকনাৰ লগতে দহ টকীয়া ষ্টাম্প লগোৱা খাম এটা পঠিওৱা উচিত এডমিট কাৰ্ড পঠিয়াবৰ কাৰণে ।
  • বিশ্ববিদ্যালয়ৰ ৱেব চাইটত আবেদন প্ৰ-পত্ৰ আৰু অনুষ্ঠান পত্ৰ উপলব্ধ হয় ।
 

এম বি এ / এম চি এ / এম কম / এল এল এমৰ কাৰণে প্ৰ-পত্ৰ ভৰ্ত্তিৰ শেষ তাৰিখ ৩১ আগষ্ট,2017

Downloads
TitleSizeDetail
PDF icon আবেদন প্ৰ-পত্ৰ-২০১৭395.83 KBswf-image