মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

হোষ্টেলৰ কাৰণে আবেদন

  • হোষ্টেল মাছুলৰ পৰিমাণ প্ৰতিমাহে ৫০০০ টকা ( পৰিবৰ্তনৰ অধীনত)
  • বিদ্যায়তনিক পৰিষদৰ সিদ্ধান্ত মৰ্মে নিৰ্ধাৰিত তাৰিখৰ পাছত পাঠ্যক্ৰম আৰু হোষ্টেল মাছুলত জৰিমনা ধাৰ্য্য কৰা হ`ব পাৰে।
  • সকলোবোৰ দেয় ডিমাণ্ড ড্ৰাফট্ অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, শিৱসাগৰৰ সপক্ষে আৰু এছ বি আই, শিৱসাগৰ শাখাৰ ঠিকনাত পঠিয়াব লাগে।
  • মাত্ৰ বিশ্ববিদ্যালয়ৰ অনুমতি সাপেক্ষে কিস্তিমূলক পৰিশোধ অনুমোদিত হ`ব পাৰে ।
  • ছাত্ৰৰ কাৰণে কৰা কোনো পৰিবহন ব্যৱস্থাৰ কাৰণে তেওঁলোকে পৰিশোধ কৰিব লগীয়া মূল্য সমানুপাতিক ভাৱে ধাৰ্য্য কৰা হ`ব।