মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

পৰিকল্পনা আৰু অভিযান

পৰিকল্পনা

আৰগুকমৰ পৰিকল্পনা-২০২১:

এথন মনে বিচৰা বিশ্ববিদ্যালয় ক্ৰমবিকশিত কৰিবলৈ ( ছাত্ৰ, পিতৃ, মাতৃ, গ্ৰাম্য খণ্ড, শিক্ষক, সমবায় আৰু চৰকাৰী সংগঠন আৰু বহল বিত্তত সমাজৰ দ্বাৰা ) আসাধাৰণ ভাৱমূৰ্তিৰ পৰিৱৰ্তনৰ সাধ্যতাৰে কেন্দ্ৰীয় অৰ্হতা ধৰি ৰাখি অগ্ৰগামী পাঠ্যক্ৰমৰ পৰিকল্পনাৰে আৰু শিক্ষা-শিক্ষণত পণ্ডিত প্ৰবৰ শিক্ষকৰ আজীৱন শিক্ষণৰ প্ৰতিশ্ৰুতিৰে আৰু ছাত্ৰৰ কাৰণে জীৱন গঢ়াৰ সুযোগ, তাৰোপৰি আমুঘটকৰ ভাও লৈ সৰ্বত্ৰে আৰ্থ-সামাজিক আৰু অসমৰ গ্ৰাম্য জাৱনৰ উন্নতি কৰিবলৈ সমবায় পৰিচালনাৰ জৰিয়তে চেষ্টা কৰা হৈছে ।

অভিযান

  • নতুন জ্ঞানৰ উদ্ভাৱন, উষ্মায়ন আৰু প্ৰসাৰৰ কাৰণে আন্তঃগাঠনি আৰু পৰিবেশ উন্নিত কৰা।
  • ইয়াৰ ছাত্ৰ-ছাত্ৰী সমবায় আৰু আনুষংগিক বিভাগ, চৰকাৰী সংগঠন আৰু বহল অৰ্থত সমাজখনৰ অংশগ্ৰহণ আৰু অৱদানৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ এটা অপ্ৰতিম ভাৱমূৰ্ত্তি সৃষ্টি কৰা।.
  • আধুনিক বিষয়ৰ পাঠ্যক্ৰম আৰু শৈক্ষিক সৰঞ্জাম উন্নয়ন কেন্দ্ৰ উদ্ভাৱনত মূল যোগ্যতা বিকশিত কৰা।
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ লগত সহযোগ কৰিবলৈ অনুসন্ধান প্ৰতিষ্ঠান, গৱেষণাৰ কাৰণে বিশ্ববিদ্যালয় পাঠ্যক্ৰম,পণ্ডিত প্ৰবৰ শিক্ষক,ছাত্ৰ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিনিময় কাৰ্যসূচী।
  • শৈক্ষিক আৰু কৰ্ম জীৱন উন্নয়নৰ কাৰণে ছাক্ৰ-ছাত্ৰী সকলক এখন সুস্থিৰ মঞ্চ প্ৰদান কৰা।
  • সমবায় আৰু পি পি পি পি ( পিপল পাক্লিক প্ৰইভেট পাৰ্টনাৰশ্বিপ)ৰ আদৰ্শৰ জৰিয়তে সামগ্ৰিক ভাৱে অসমৰ আৰ্থসামাজিক আৰু গ্ৰাম্য উন্নয়নৰ কাৰণে অনুঘটক হিচাপে কাম কৰা।
  • বিজ্ঞ আৰু আনুপ্ৰাণিত অধ্যাপক সদস্য আৰু কৰ্মচাৰী নিধি সৃষ্টি কৰা আৰু তেওঁলোকৰ বৃত্তিগত আৰু ব্যক্তিগত উন্নতি সুনিশ্চিত কৰা।
  • ভাৰতৰ অন্য ৰাজ্য সমূহ আৰু বিদেশৰ পৰা শিক্ষাৰ্থী আৰু পি এইচ ডি পণ্ডিত সকলক আকৰ্ষিত কৰা।