Swipe to view
*প্ৰশিক্ষণসমূহ, দক্ষতা বৃদ্ধিৰ কাৰ্য্যক্ৰমণিকা, উদ্যোগ পৰিদৰ্শন ইত্যাদিৰ খৰচ অন্তৰ্ভূক্ত কৰা হোৱা নাই।
বি: দ্ৰ:
- • হোষ্টেলৰ মাছুলৰ পৰিমান ৫০০০/-টকা প্ৰতিমাহে (সলনি হব পাৰে)
- • পাঠ্যক্ৰম মাছুল আৰু হোষ্টেল মাছুল আদায় দিয়াত নিৰ্ধাৰিত দিনৰ পলম কৰিলে, একাডেমিক কাউন্সিলে বান্ধি দিয়া হাৰত জৰিমনা হব পাৰে।
- • সকলো ধৰণৰ পাওঁনা, ৰাজীব গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, শিৱসাগৰৰ নামত বনোৱা হোৱা আৰু ষ্টেট বেংক অব ইণ্ডিয়া, শিৱসাগৰ শাখাত ভঙাব পৰা ডিমাণ্ড ড্ৰাফ্টৰ মাজেৰে হব লাগিব।
- • বিশ্ববিদ্যালয়ৰ অনুমতি থাকিলেহে আদায় দিবলগীয়া ধনৰাশি কিস্তি হিচাপত দিব পাৰিব।
- • শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কৰা হোৱা আন যিকোনো ব্যবস্থাৰ বাবে শিক্ষাৰ্থীসকলে মুঠ খৰছৰ প্ৰতি শিক্ষাৰ্থী হাৰত মাছুল জমা দিব লাগিব।