মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

ৰেগিং বিৰোধী ব্যৱস্থা

বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰে বাহিৰে যি কোনো প্ৰকাৰৰ ৰেগিং কঠোৰ ভাৱে নিষিদ্ধ । নাম পঞ্জীয়নৰ দিনৰে পৰা ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ নিয়ম সমূহ মানি চলাটো বাঞ্চনীয় । ৰেগিঙত লিপ্ত হোৱা বুলি প্ৰমানিত হলে দোষী সকলৰ বিৰুদ্বে কঠোৰ শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা হ`ব । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী নামভৰ্ত্তিৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলে ৰেগিং বিৰোধী শপতনামা দাখিল কৰিব লাগিব ।

ৰেগিং বিৰোধী শপতনামাৰ আৰ্হি: ইয়াত ক্লিক কৰক