মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধ্যয়ন কেন্দ্ৰ

গণনীতি বিদ্যা আৰু আইনী বিভাগ

গণ নীতি বিদ্যা আৰু আইনী বিভাগে এটা ঘন আৰু বিশদ পাঠ্যক্ৰমৰ প্ৰস্তাৱ আগবঢ়ায় । এই পাঠ্যক্ৰমে চৰকাৰ গঠন, চৰকাৰী নিৰ্ণয় গ্ৰহণকাৰী প্ৰক্ৰিয়া আৰু মূল নীতিবোৰ নিয়ন্ত্ৰন কৰা অনুষ্ঠানবোৰ আৰু ইয়াৰ মানদণ্ড, আইন নিৰীক্ষণ কৰে যিয়ে চৰকাৰ আৰু নাগৰিকৰ মাজত অনুশাসন আনে । বৃত্তিৰ ৰুচিসমূহ আৰু ব্যৱহাৰিক প্ৰায় সকলোবোৰ ক্ষেত্ৰতে প্ৰয়োজনীয় সংবিধানিক আইন আৱশ্যকীয় । পাঠ্যক্ৰমটো এনেধৰণে আকৃত কৰা হৈছে যে ই আইন আৰু গণনীতিৰ বিশ্লেষণ আৰু প্ৰয়োগৰ বিষয়ে প্ৰজ্ঞা বঢ়াই তোলে । এই পাঠ্যক্ৰমে আৰ্থসামাজিক পূণঃগঠনৰ প্ৰভাৱৰ বিশ্লেষণৰ প্ৰকৃত পদ্ধতিগত দৃষ্টিভংগী আৰু গণনীতিৰ লগত জড়িত উদ্দেশ্যসমূহৰ জ্ঞান আগবঢ়ায় ।

এই পথ বাছি লোৱা শিক্ষাৰ্থীসকলক সেইবাবে নীতি নিৰ্মাণ ব্যৱস্থাৰ সৈতে পৰিচয় কৰোৱা হ`ব, নীতি সমূহ প্ৰতিপদিত, বিশ্লেষণ আৰু মূল্যাংকন কৰিবলৈ শিকেৱা হ`ব ।