পৰিস্থিতি বিজ্ঞান আৰু অৱলম্বন বিভাগৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে অৱগত কৰোৱা । এই বিভাগটোৱে পৰিৱেশতন্ত্ৰ, সংস্কৃতি আৰু জীৱনশৈলীৰ সৰ্ম্পকৰ বিষয়ত মনোনিৱেশ কৰে । এই বিভাগৰ পাঠ্যক্ৰম সমূহ জীৱৰ অস্তিত্ব সংগ্ৰামৰ মূল ইচ্ছাৰ পৃষ্ঠপটৰ বিপৰীতে সহযোগ বৃদ্ধিৰ সন্দৰ্ভত গঢ় দিয়া হৈছে । জীৱনৰক্ষাৰ সঞ্চালন প্ৰক্ৰিয়াত সহযোগীতা আৰু সিহঁতৰ অৱলম্বন সৃষ্টিৰ প্ৰয়োজনীয়তা সমূহ অন্বেষণ কৰোৱা হ`ব ।