মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধ্যয়ন কেন্দ্ৰ

পৰিস্থিত বিজ্ঞান আৰু অৱলম্বন বিভাগ

পৰিস্থিতি বিজ্ঞান আৰু অৱলম্বন বিভাগৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে অৱগত কৰোৱা । এই বিভাগটোৱে পৰিৱেশতন্ত্ৰ, সংস্কৃতি আৰু জীৱনশৈলীৰ সৰ্ম্পকৰ বিষয়ত মনোনিৱেশ কৰে । এই বিভাগৰ পাঠ্যক্ৰম সমূহ জীৱৰ অস্তিত্ব সংগ্ৰামৰ মূল ইচ্ছাৰ পৃষ্ঠপটৰ বিপৰীতে সহযোগ বৃদ্ধিৰ সন্দৰ্ভত গঢ় দিয়া হৈছে । জীৱনৰক্ষাৰ সঞ্চালন প্ৰক্ৰিয়াত সহযোগীতা আৰু সিহঁতৰ অৱলম্বন সৃষ্টিৰ প্ৰয়োজনীয়তা সমূহ অন্বেষণ কৰোৱা হ`ব ।