মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
প্ৰশাসন
প্ৰশাসন

পঞ্জীয়ক

এই বিশ্ববিদ্যালয়ত দুজন পঞ্জীয়ক থাকিব

  • পঞ্জীয়ক (প্ৰশাসন)
  • পঞ্জীয়ক (শৈক্ষিক)
 

পঞ্জীয়ক দুজন কাৰ্য্যকৰী পৰিষদৰ দ্বাৰা নিয়োজিত হ`ব লাগিব । পঞ্জীয়ক (প্ৰশাসন) জন আদালতৰ পদেন সচিব হ`ব লাগিব ।

কাৰ্য্যকৰী পৰিষদ, বিকাশ ও তত্বাৱধান কমিটি আৰু পঞ্জীয়ক (শৈক্ষিক)জন শিক্ষা পৰিষদ, অধ্যয়ন ব`ৰ্ড আৰু পৰীক্ষা পৰিষদ আদিৰ পদেন সচিব হ`ব লাগিব ।

।পঞ্জীয়ক সকলৰ কাৰ্য্যকালৰ অবধি পাঁচ বছৰলৈ যদিও কিন্তু,তেওঁলোক পুনৰ নিযুক্তিৰ কাৰণে উপযুক্ত।

পঞ্জীয়ক (প্ৰশাসন) আৰু পঞ্জীয়ক (শৈক্ষিক) এই দুজনৰ মাজত উপাচাৰ্য্যৰ দ্বাৰা কৰ্ম বিভাজন কৰা হয় । জৰুৰী অৱস্থাত উপাচাৰ্য্যই বিশ্ববিদ্যালয়ৰ স্বাৰ্থৰ খাতিৰত এজন পঞ্জীয়কক আন জন পঞ্জীয়কৰ কাম কৰাৰ অধিকাৰ প্ৰদান কৰিব পাৰে ।