মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

পাঠ্যক্ৰম সমুহ

মাছুলৰ গাঠনি

ক্ৰমিক নংপাঠ্যক্ৰমসময় অৱধিমাছুল
১.এম.বি.এ. ২০১৭-১৯৪-ষান্মাসিকঅচিৰেই জনোৱা হ`ব।
২.এম.চি.এ. ২০১৭-২০৬-ষান্মাসিকঅচিৰেই জনোৱা হ`ব।
৩.এম.কম. ২০১৭-১৯৪-ষান্মাসিকঅচিৰেই জনোৱা হ`ব।
৪.এম.কম. ২০১৭-১৯৪-ষান্মাসিকঅচিৰেই জনোৱা হ`ব।

*প্ৰশিক্ষণসমূহ, দক্ষতা বৃদ্ধিৰ কাৰ্য্যক্ৰমণিকা, উদ্যোগ পৰিদৰ্শন ইত্যাদিৰ খৰচ অন্তৰ্ভূক্ত কৰা হোৱা নাই।

বি: দ্ৰ:

  • • হোষ্টেলৰ মাছুলৰ পৰিমান ৫০০০/-টকা প্ৰতিমাহে (সলনি হব পাৰে)
  • • পাঠ্যক্ৰম মাছুল আৰু হোষ্টেল মাছুল আদায় দিয়াত নিৰ্ধাৰিত দিনৰ পলম কৰিলে, একাডেমিক কাউন্সিলে বান্ধি দিয়া হাৰত জৰিমনা হব পাৰে।
  • • সকলো ধৰণৰ পাওঁনা, ৰাজীব গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, শিৱসাগৰৰ নামত বনোৱা হোৱা আৰু ষ্টেট বেংক অব ইণ্ডিয়া, শিৱসাগৰ শাখাত ভঙাব পৰা ডিমাণ্ড ড্ৰাফ্টৰ মাজেৰে হব লাগিব।
  • • বিশ্ববিদ্যালয়ৰ অনুমতি থাকিলেহে আদায় দিবলগীয়া ধনৰাশি কিস্তি হিচাপত দিব পাৰিব।
  • • শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কৰা হোৱা আন যিকোনো ব্যবস্থাৰ বাবে শিক্ষাৰ্থীসকলে মুঠ খৰছৰ প্ৰতি শিক্ষাৰ্থী হাৰত মাছুল জমা দিব লাগিব।