এম. বি. এ. হ'ল ২ বছৰীয়া পূৰ্ণকালীন পাঠ্যক্ৰম। ক্ৰয়-বিক্ৰয় ব্যৱস্থা, অৰ্থ ব্যৱস্থা, মানৱ সংসাধন আৰু সূচনা প্ৰযুক্তি বিদ্যা এই বিষয় সমূহৰ ভিতৰত যিকোনো দুটা বিষয় বিশেষ বিষয় হিচাপে কাৰ্য্য-ক্ৰমণিকাৰ অৰ্ন্তভূক্ত।
সমবায় দৰ্শনৰ পূৰ্ণতাবাদী লক্ষ্যটো কাৰ্য্যনীতি হিচাপে পৰিচালকীয়/উদ্যোগী পেছাৰ মূল হিচাপে থাকি কোনো এজন ব্যক্তিক কেৱল কৃতকাৰ্য্যতাৰে নিয়োজিত সংস্থানটোত কাম কৰাৰ উপৰিও সামাজিক অৰ্ন্তভূক্তিৰ দ্বাৰা আৰ্থিক বৃদ্ধিৰ হকে কাম কৰিবলৈ দৃঢ়তা প্ৰদান কৰে । কোনো এটা সংস্থানত ৮ সপ্তাহ যোৰা বাধ্যতামূলক প্ৰশিক্ষণ এই কাৰ্য্য-ক্ৰমণিকাৰ অৰ্ন্তভূক্ত।