মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
পাঠ্যক্ৰম সমুহ
এম. বি. এ. (মাষ্টাৰ অৱ্ বিজনেছ এড্মিনিষ্ট্ৰেচন)

বিৱৰণ

পাঠ্যক্ৰমৰ বিৱৰণ

এম. বি. এ. হ'ল ২ বছৰীয়া পূৰ্ণকালীন পাঠ্যক্ৰম। ক্ৰয়-বিক্ৰয় ব্যৱস্থা, অৰ্থ ব্যৱস্থা, মানৱ সংসাধন আৰু সূচনা প্ৰযুক্তি বিদ্যা এই বিষয় সমূহৰ ভিতৰত যিকোনো দুটা বিষয় বিশেষ বিষয় হিচাপে কাৰ্য্য-ক্ৰমণিকাৰ অৰ্ন্তভূক্ত।

সমবায় দৰ্শনৰ পূৰ্ণতাবাদী লক্ষ্যটো কাৰ্য্যনীতি হিচাপে পৰিচালকীয়/উদ্যোগী পেছাৰ মূল হিচাপে থাকি কোনো এজন ব্যক্তিক কেৱল কৃতকাৰ্য্যতাৰে নিয়োজিত সংস্থানটোত কাম কৰাৰ উপৰিও সামাজিক অৰ্ন্তভূক্তিৰ দ্বাৰা আৰ্থিক বৃদ্ধিৰ হকে কাম কৰিবলৈ দৃঢ়তা প্ৰদান কৰে । কোনো এটা সংস্থানত ৮ সপ্তাহ যোৰা বাধ্যতামূলক প্ৰশিক্ষণ এই কাৰ্য্য-ক্ৰমণিকাৰ অৰ্ন্তভূক্ত।

মূখ্য ক্ষেত্ৰসমূহ:

  • বিগ ডাটা বিশ্লেষণ।
  • স্মাৰ্ট বেংকিং প্ৰযুক্তি আৰু পৰিচালনা।
  • সমবায়ৰ ওপৰত বাধ্যতামূলক ভাগ।
  • ক্ৰয়-বিক্ৰয় আৰু ব্যৱসায় বিশ্লেষণ।
  • উচ্চ প্ৰযুক্তিৰ ভাগ সমূহ।
  • প্ৰযুক্তিমূলক পৰিচালনা।
  • নৱ-উৎঘাটন আৰু দীৰ্ঘকালীন উন্নতি।
 

শিক্ষা বিজ্ঞানৰ অভ্যাস:

  • ঘটনা অধ্যয়ন, বাৰ্তালাপ গতি বিধি, সঞ্চালন ক্ৰিয়া ইত্যাদি।
  • বাস্তৱিক প্ৰকল্প।
  • কৰ্মশালা, আলোচনা চক্ৰ, সন্মিলন।
  • উদ্যোগ বিশেষজ্ঞৰ দ্বাৰা বক্তৃতা প্ৰদান আৰু দিকবিন্যাসৰ কাৰ্য্যক্ৰম।
  • উদ্যোগৰ বিকাশত যোগদান