স্নাতকোত্তৰ আইনৰ পাঠ্যক্ৰম
বছৰ | ষান্মাসিক I | ষান্মাসিক II |
---|
প্ৰথম | - মডাৰ্ণ থিয়ৰি অৱ ল এণ্ড ষ্টেট
- ফেডাৰেলিজিম আণ্ডাৰ দি কনচটিটিউচন অৱ ইণ্ডিয়া
- কনষ্টিটিউচনেল ল অৱ ইণ্ডিয়া : দা নিউ চেলেঞ্জেজ
- থিয়ৰি অৱ লেজিচলেচন
- হিন্দু ল- I
| - ল এণ্ড চ'চিয়েল ট্ৰান্সফৰমেচন ইন ইণ্ডিয়া
- চিভিল লিবাৰ্টি এণ্ড জুডিচিয়েল প্ৰচেচ
- ল মাৰ্কেটিং ইন ইণ্ডিয়ান প'লিটি এণ্ড ষ্টেটুট`ৰী
- ইণ্টাৰপ্ৰিটেচন
- হিন্দু ল - II
- লিগেল ৰিচাৰ্চ মেথড`ল'জি
|
বছৰ | ষান্মাসিক III | ষান্মাসিক IV |
---|
দ্বিতীয় | - ইণ্ট্ৰ`ডাকচন টু পাব্লিক পলিচি; পলিচি এগ্জামিনেচন এণ্ড ৰিপ`ৰ্ট চাবমিচন
- বিশেষ বিষয় ( তলৰ বৰ্গ সমুহৰ পৰা যিকোনো এটা বিষয়, শিক্ষাৰ্থীসকলে বিশেষ বিষয় হিচাপে বাছি ল`ব পাৰে।)
- বৰ্গ ক: কনষ্টিটিউচনেল এণ্ড এডমিনিষ্ট্ৰেটিভ ল
- বৰ্গ খ: বিজনেচ ল
| - বিশেষ বিষয় (বৰ্গ ক/ বৰ্গ খ)
- ইণ্ট্ৰ`ডাকচন টু ক`অপাৰেটিভ ল / মেনেজমেণ্ট/ একাউণ্টচ
- ডিচাৰটেচন
|
বৰ্গ ক-ৰ বিষয়সমূহ, ষান্মাসিক III আৰু ষান্মাসিক IV-ৰ বাবে
ক্ৰমিক নং | ষান্মাসিক III | ষান্মাসিক IV |
---|
১ | প্ৰিন্সিপলচ অব কনষ্টিটিউচনেল ল - I (ৱিথ স্পেচিয়েল ৰেফাৰেন্স টু ইণ্ডিয়া) | প্ৰিন্সিপলচ অব এডমিনিষ্ট্ৰেটিভ ল - I |
২ | প্ৰিন্সিপলচ অব কনষ্টিটিউচনেল ল- II(ৱিথ স্পেচিয়েল ৰেফাৰেন্স টু ইণ্ডিয়া) | প্ৰিন্সিপলচ অব এডমিনিষ্ট্ৰেটিভ ল - II |
৩ | কম্পাৰেটিভ কনষ্টিটিউচনেল ল- I(ৱিথ স্পেচিয়েল ৰেফাৰেন্স টু ইণ্ডিয়া) | ইণ্ডিয়ানএডমিনিষ্ট্ৰেটিভ ল - I |
৪ | কম্পাৰেটিভ কনষ্টিটিউচনেল ল - II(ৱিথ স্পেচিয়েল ৰেফাৰেন্স টু ইণ্ডিয়া) | ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ল - II |
বৰ্গ খ-ৰ বিষয়সমুহ, ষান্মাসিক III আৰু ষান্মাসিক IV-ৰ বাবে
ক্ৰমিক নং | ষান্মাসিক III | ষান্মাসিক IV |
---|
১ | জেনেৰেল প্ৰিন্সিপলচ অব কনট্ৰেক্ট ল | বেংকিং এণ্ড নিগ'চিয়েবল ইনষ্ট্ৰুমেণ্ট |
২ | জেনেৰেল প্ৰিন্সিপলচ অব কম্পেনী ল | ইন্সিওৰেন্স ল |
৩ | ল অব ইণ্ডাষ্ট্ৰীয়েল ৰিলেচনচ এণ্ড ইণ্টেলেকচুৱেল প্ৰ'পাৰ্টী | কৰ্প`ৰেট ফিনান্স এণ্ড ইণ্টাৰনেচনেল ল |
৪ | ল অব এক্সপ`ৰ্ট ইম্প`ৰ্ট ৰেগুলেচন | কৰ্প`ৰেট গভাৰ্নেন্স এণ্ড চ`চিয়েল ৰেস্পনচিবিলিটি |
বি: দ্ৰ: পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি কাকতসমুহ বেলেগ বেলেগ ষান্মাসিকত পৰস্পৰ সলনি হ`ব পাৰে।