মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
পাঠ্যক্ৰম সমুহ
এম. বি. এ. (মাষ্টাৰ অৱ্ বিজনেছ এড্মিনিষ্ট্ৰেচন)

মাছুলৰ গাঠনি

পাঠ্যক্ৰম সমুহৰ মাছুলৰ গাঠনিঃ

ক্ৰমিক নংপাঠ্যক্ৰমসময় অৱধিমাছুল
১.এম.বি.এ. ২০১৭-১৯৪-ষান্মাসিকঅচিৰেই জনোৱা হ`ব।

*প্ৰশিক্ষণসমূহ, দক্ষতা বৃদ্ধিৰ কাৰ্য্যক্ৰমণিকা, উদ্যোগ পৰিদৰ্শন ইত্যাদিৰ খৰচ অন্তৰ্ভূক্ত কৰা হোৱা নাই।

বি: দ্ৰ:
  • হোষ্টেলৰ মাছুলৰ পৰিমান ৫০০০/-টকা প্ৰতিমাহে (সলনি হব পাৰে)
  • াঠ্যক্ৰম মাছুল আৰু হোষ্টেল মাছুল আদায় দিয়াত নিৰ্ধাৰিত দিনৰ পলম কৰিলে, একাডেমিক কাউন্সিলে বান্ধি দিয়া হাৰত জৰিমনা হব পাৰে।
  • সকলো ধৰণৰ পাওঁনা, ৰাজীব গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, শিৱসাগৰৰ নামত বনোৱা হোৱা আৰু ষ্টেট বেংক অব ইণ্ডিয়া, শিৱসাগৰ শাখাত ভঙাব পৰা ডিমাণ্ড ড্ৰাফ্টৰ মাজেৰে হব লাগিব।
  • বিশ্ববিদ্যালয়ৰ অনুমতি থাকিলেহে আদায় দিবলগীয়া ধনৰাশি কিস্তি হিচাপত দিব পাৰিব।
  • শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কৰা হোৱা আন যিকোনো ব্যবস্থাৰ বাবে শিক্ষাৰ্থীসকলে মুঠ খৰছৰ প্ৰতি শিক্ষাৰ্থী হাৰত মাছুল জমা দিব লাগিব।