এম. বি. এ. প্ৰথম বাৰ্ষিকৰ পাঠ্যক্ৰমণিকা
প্ৰথম ষান্মাসিক (বুনিয়াদি) | দ্বিতীয় ষান্মাসিক (ব্যৱহাৰিক) |
---|
- মেনেজেৰিয়েল এনালাইচিচ এণ্ড কমিউনিকেচন
- কোৱাণ্টিটেটিভ্ এনালাইচিচ
- মেনেজেৰিয়েল এণ্ড বিহেভিয়াৰেল প্ৰ'চেছ
- ইক'নমিক এনালাইচিচ এণ্ড ৰ'ল অৱ ক'অপাৰেটিভচ
- লিগে্ল এস্পেক্ট অৱ বিজ্নিজ্ এণ্ড ক'অপাৰেটিভ ল
- এপ্লিকেচন অৱ আই.টি. ইন চছিঅ'-ইক'নমিক ডেভেলপ্মেণ্ট
- ক'ষ্ট এণ্ড ফিনেন্সিয়েল একাউণ্টেন্সি
- ক'অপাৰেটিভ ডেভেলপ্মেণ্ট এণ্ড মেনেজমেণ্ট
| - মাৰ্কেটিং ৰিচাৰ্চ এণ্ড এনালাইটিক্চ
- টেক্ন'ল'জিকেল অ'পাৰেচনচ
- মাৰ্কেটিং মেনেজমেণ্ট
- হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট
- প্ৰডাকচন এণ্ড অপাৰেচনচ মেনেজমেণ্ট
- ফিনেন্সিয়েল মেনেজমেণ্ট
- চাপ্লাই চেইন মেনেজমেণ্ট
- স্মাৰ্ট বেংকিং টেক্ন'ল'জি এণ্ড অ'পাৰেচন
|
তৃতীয় ষান্মাসিক | চতুৰ্থ ষান্মাসিক |
---|
- প্ৰজেক্ট মেনেজমেণ্ট
- ইন'ভেচনচ এণ্ড চাষ্টেইনেৱল ডেভেলপ্মেণ্ট
- চামাৰ প্ৰজেক্ট
- যিকোনো দুটা বিশেষজ্ঞতাৰ ভিতৰৰ পৰা মুঠ ৬(ছয়) টা পাঠ
| - ষ্ট্ৰেটেজিক মেনেজমেণ্ট
- ডেভেলপমেণ্ট অৱ এণ্টাৰপ্ৰাইজ এণ্ড এণ্ট্ৰাপ্ৰিনিঅ'ৰশ্বিপ
- গ্ৰেণ্ড প্ৰজেক্ট
- যিকোনো দুটা বিশেষজ্ঞতাৰ ভিতৰৰ পৰা মুঠ ৪(চাৰি) টা পাঠ
|
বিশেষজ্ঞতা
ক্ৰয়-বিক্ৰয় | মানৱ সম্পদ সঞ্চালন | সূচনা প্ৰযুক্তি | প্ৰডাকচন আৰু অপাৰেচন | বিত্তীয় |
---|
ই-বিজনেচ ফৰ এচ.এম.ই এচ | ইণ্ডাষ্ট্ৰীয়েল ৰিলেচন এণ্ড লেবাৰ লজ | আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড এক্সপাৰ্ট চিষ্টেম | পাৰ্চেচিং এণ্ড মেটেৰিয়েলচ মেনেজমেণ্ট | ফিনান্সিয়েল এণ্ড ক`ম`ডিটি ডিৰাইভেটিভজ |
কনজুমাৰ বিহেভিয়েৰ এণ্ড এনালাইছিছ | পাৰফৰ্মেন্স মেনেজমেণ্ট এণ্ড কম্পিটেন্সি মেপিং | ডাটা ৱেৰহাউচিং এণ্ড ডাটা মাইনিং | এডভান্স মেনুফেক্সাৰিং টেক্নিক্চ | ইনভেষ্টমেণ্ট এনালাইছিছ এণ্ড পৰ্টফলিঅ` মেনেজমেণ্ট |
এডভাৰ্টাইজিং এণ্ড ব্ৰেণ্ড মেনেজমেণ্ট | কম্পেনচেছন মেনেজমেণ্ট | এণ্টাৰপ্ৰাইজ ৰিচ`ৰ্চ প্লেনিং | চাৰ্ভিচ অপাৰেচনচ মেনেজমেণ্ট | টেক্স প্লেনিং এণ্ড ক`অপাৰেট টেক্স |
চাৰ্ভিচ এণ্ড ৰুৰেল মাৰ্কেটিং | এইচ.আৰ.ডি. ষ্ট্ৰেটেজিজ এণ্ড চীষ্টেমচ | নেটৱৰ্কিং এণ্ড চিকিউৰিটি ইন আই.টি. | চিক্স ছিগমা এণ্ড টি.পি.এম. | এডভান্স ফিনান্সিয়েল মেনেজমেণ্ট |
প্লেনিং এণ্ড মাৰ্কেটিং ফৰ গ্ল`বেল মাৰ্কেটচ | চাষ্টেইনেবিলিটি এণ্ড চি.এচ.আৰ. কমপ্লায়েন্স মেকানিজিমচ | ফিনান্সিয়েল এণ্টাৰপ্ৰাইজ এণ্ড চফ্টৱেৰ ইণ্টিগ্ৰেচন | প্ৰডাক্টিভিটি মেনেজমেণ্ট | মেনেজমেণ্ট অৱ ফিনান্সিয়েল চাৰ্ভিচ এণ্ড ক্ৰেডিট চ`ছাইটিজ |
বি: দ্ৰ: পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি কাকত সমুহ বেলেগ বেলেগ ষান্মসিকত পৰস্পৰ সলনি হব পাৰে।